অৱসন্নতাঅৱসাদগ্ৰস্ত

অৱসাদ (Assamese) [ Roman: o.wo.xad]
Contributed by: Swapnita Kakati on 2006-08-22
1. (Abstract Noun) the state of not able to work any more as energy has been spent already. মানসিক বা শাৰিৰীক শক্তি ব্যয় হৈ যোৱাৰ ফলত অধিক কাম কৰিবলৈ নোৱাৰা হৈ যোৱা অৱস্থা।

Contributed by: Bikram M Baruah on 2010-05-10
2. Medical Science(Abstract Noun) a mental disorder characterized by an all-encompassing low mood accompanied by low self-esteem, and by loss of interest or pleasure in normally enjoyable activities মানসিক বিষন্নতা, অৱনমিত আত্মাভিমান আৰু আমোদজনক ক্ৰিয়াসমূহৰ প্ৰতি উদাসীনতা আদি প্ৰতিফলিত হোৱা এক মানসিক ৰোগ