অৱৰুদ্ধ অঞ্চলঅৱৰূপতা

অৱৰূপ (Assamese) [ Roman: o.bo.rup]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
1. Chemistry(Common Noun-Neuter) one of two or more existing forms of an element e.g. graphite and diamond are allotropes of carbon কিছুমান মৌলৰ ক্ষেত্ৰত উপলব্ধ দুই বা ততোধিক ৰূপ, যেনেঃ গ্ৰেফাইট আৰু হীৰা কাৰ্বনৰ অৱৰূপ
English: allotrope,
Assamese: অৱৰূপ