অৱৰোধনঅৱৰোহ

অৱৰোপণ (Assamese) [ Roman: o.wo.ro`.pon]
Contributed by: Mousumi Konwar on 2023-01-21
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. Visual Art(Abstract Noun) a technique of composing a work of art by pasting on a single surface various materials not normally associated with one another, as newspaper clippings, parts of photographs, theater tickets, and fragments of an envelope সাধাৰণতে পৰস্পৰ কোনো সম্পৰ্ক নথকা কেতবোৰ চিত্ৰ বা আন বস্তু, যেনেঃ বাতৰি কাগজৰ পৰা কটা টুকুৰা, আলোক চিত্ৰৰ কিয়দাংশ, ছবিঘৰৰ প্ৰৱেশপত্ৰৰ টুকুৰা, লেফাফাৰ এক অংশ, আদি সংযোজিত কৰি ৰচনা কৰা কলাত্মক কৰ্মৰ এক পদ্ধতি