আঁকোৰগোজালিআঁকোৱাল

আঁকোৰা (Assamese) [ Roman: a~.ko`.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
1. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
English: bended, bent, crooked, curved, oblique,
Assamese: আঁকোৰা, এঢলীয়া, কতীয়া, কাইতা bo , কিলাকুটীয়া, কেঁকুৰি, কেঁকোৰা, কেৰাহি, কেৰেচা, কেৰেচীয়া, কেৰেপা-কেৰেপি, কোঁটা, ঘুকুচা, ঘোৰ খোৱা, টেৰা, টেৰেচীয়া, তীৰ্যক, তীৰ্য্যক, তেৰেচীয়া, তেৰেছা, ধেনুভিৰীয়া, ধেনুভেৰীয়া, নুব্জ্য, বংকিম, বক্ৰ, বক্ৰাকাৰ, বঙ্কিম, বেঁকা, বেঁকাবেঁকি, বেঁকোৰা, বেংকা bo , বেকেটা, ভাঁজ লগা, ভেঙুৰা, ভেঙ্গুৰা, ভেমেচা, মেচা, হঁকয়া, হেঁকেচা, হেঁকেৰা, হেতামেচা, হৈয়া,
Bodo: खेंख्रा, गंनाइ, देमनाइ,
Mising: ge:ne,
Khasi: ka jingmon,
Bishnupriya Manipuri: বেকা,
Karbi: kekek,
Nagamese: beka, tera,
Dimasa: daira, gugui, guire, karti,
Tai: বা লুম্,
Bangla: তেড়া, বঙ্কিম, বাঁকা,
Deori: কেকুৰা, কৰগাৰুবা, দাগুৰা, পাক-কুন, মেচা

Antonyms:

a. Proper Adj.-Neuter: straight, অবক্ৰ, ঋজু, চিধা, ডঁৰ-কাল...

Different POS:

b. Verb-Trans.: bend, coil, convolve, twist, ককৰা...

Contributed by: ৰূপকমল on 2007-03-30
2. (Material Noun-Neuter) Bent piece of wire for catching fish মাছ ধৰিবলৈ ব্যৱহাৰ কৰা লোৰ বেকা সঁজুলি ৷
English: fishhook, hook,
Assamese: আঁকোৰা, বৰশী,
Bodo: बोरसि बोन,
Mising: ekkar, sikkar,
Meeteilon: ngagi khoi,
Bishnupriya Manipuri: বরী,
Karbi: arhi,
Dimasa: bagar, pisa,
Tai: কান্ বিট্,
Nepali: बल्छी,
Deori: পেচি

Related Idea:

a. Material Noun-Neuter: fishing rod, চিপ, ছিপ, ডাঁৰি, পেচি-দাৰি...
b. Verb-Intran.: angle, fish, hook, টোপা, বৰশী বা...