আঁচুৱলীয়াআঁচ্চিয়

আঁচোৰ (Assamese) [ Roman: a~.so’r]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-26
1. (Verb-Intran.) to break, mar, or mark the surface of by rubbing, scraping, or tearing with something sharp or rough দেহৰ কোনো পৃষ্ঠত চোকা বা খহটা বস্তুৰে ঘঁহি, মোহাৰি বা আঁচুৰি দে

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-26
2. (Abstract Noun) A mark remaining on the skin or an organ from the wound. শৰীৰৰ কোনো অঙ্গৰ চালত খোঁচ লাগি হোৱা ঘাঁ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-26
3. (Verb-Trans.) to arrange or adorn (the hair) with a comb ফণিৰে (চুলি) সজোৱা বা চিজিল কৰা