আঁঠুৱাআঁত ধৰ্

আঁত (Assamese) [ Roman: a~t]
Contributed by: ৰূপকমল on 2007-08-25
1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-21
2. (Adverb) All along from the beginning to the end. আদিৰ পৰা অন্তলৈকে সকলোবোৰ৷

Contributed by: ৰূপকমল on 2007-08-25
3. (Proper Noun) The internal organs of a person or animal collectively, especially those in the abdominal cavity. মানুহ বা জন্তুৰ পেটৰ ভিতৰত থকা খাদ্যনলীবোৰ ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
4. (Material Noun-Neuter) free end of a skein of thread মেৰাই থোৱা সূতাৰ মুকলি মূৰ
Assamese: আঁত, ওঁত