আই পি এআই-ধৰ-বাই-ধৰ

আই-খাং (Tai)
Contributed by: Anjali Sonowal on 2010-10-20
1. Reptile(Common Noun-Common) an agamid lizard found widely distributed in Asia. It has also been introduced in many parts other parts of the world. It is an insectivore and the male gets a bright red throat in the breeding season leading to a common incorrect name of Bloodsucker. এছিয়া মহাদেশত বহুলভাৱে উপলভ্য এবিধ সৰীসৃপ ৷ ইহঁত পতঙ্গভোজী আৰু প্ৰজননৰ সময়ত মতাবোৰৰ ডিঙিটো ৰঙা বৰণৰ হয় আৰু সেইবাবে ইহঁতক তেজপিয়া বুলিও কোৱা হয় ৷