আওচৰীয়াআওটনি পাচি

আওটনি (Assamese) [ Roman: ao’.ta.ni]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
1. Physics(Abstract Noun) Circular motion of a liquid or gas. কোনো তৰল বা গেছীয় পদাৰ্থৰ চক্ৰ গতি।

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-19
2. (Proper Noun-Neuter) a place where refuse are thrown. ভাত খোৱাৰ পিছত কাঁহীত এৰা অৱশিষ্ট পেলোৱা ঠাই ৷