আকোৱালিআক্কায়

আকৌ (Assamese) [ Roman: a.kou]
Contributed by: ৰূপকমল on 2006-05-30
1. (Adverb) start or repeat a task from the begining after some part has already been completed. কোনো কামৰ একাংশ কৰাৰ পিছত প্ৰথমৰ পৰা আৰম্ভ কৰা