আগৰফালেআগৰেপৰা

আগৰা (Assamese) [ Roman: a.go.ra]
plc: -বিলাক, -বোৰ, dfc: -খিনি, -জোপা, -ডাল
Contributed by: Atul Ch. Kakoti on 2009-05-15
1. Plants(Common Noun) A kind of wild plant with a brunch of sting fruit used as a pot-herb . সৰু সৰু হুলৰে থোপাথোপিকৈ লগা এবিধ সৰু উদ্ভিদ ৷ ইয়াক লাওপানী বা সাজপানী তৈয়াৰীত ব্যৱহাৰ কৰা হয় ৷