আট লোৱাআটক কৰ্

আটক (Assamese) [ Roman: a.tok]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-12-27
1. (Abstract Noun) the state of having less than what is needed or required. প্ৰয়োজনতকৈ বা লগাতকৈ কম থকা অৱস্থা৷

Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-12-27
Ref: আধুনিক অসমীয়া শব্দকোষ
2. (Abstract Noun) The act of keeping something within specified bounds (by force if necessary) বন্দী অৱস্থা
English: confinement, detention,
Assamese: আটক, বন্দীত্ব,
Deori: চ্চিদাঁমা, জিমা, বন-চাংনা-দুমা

Example Sentences:

1. আজি দুজন সন্ত্ৰাসবাদীক আটক কৰা হৈছে।