আটালিআটাহ পাৰি

আটাহ (Assamese) [ Roman: a.tah]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-01-01
1. (Abstract Noun) A loud burst of voice or voices; a vehement and sudden outcry, especially of a multitudes expressing joy, triumph, exultation, or animated courage এক বা ততোধিক মাতৰ সজোৰ আস্ফালন, হঠাতে জোৰে কৰা শব্দ, বিশেষকৈ আনন্দ, উলাহ, বিজয়ৰ আনন্দ বা উল্লাস প্ৰকাশ কৰাৰ অৰ্থে