আত্মজীৱনীমূলকআত্মতত্ত্ব

আত্মজ্ঞ (Assamese) [ Roman: at.mo.gyo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
1. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
English: Buddha, canny, knowing, knowledgeable, shrewd, wise,
Assamese: অন্তৰ্বাণি, অৱবুদ্ধ, আত্মজ্ঞ, উদ্বুদ্ধ, উদ্বোধিত, ক্ষেত্ৰজ্ঞ, জানন্তা, জ্ঞানজ্যেষ্ঠ, জ্ঞানশালী, জ্ঞানী, জ্ঞানৱন্ত, জ্ঞানৱান, ত্ৰিকায়, ধীমান, ধীযুক্ত, ধীসম্পন্ন, পণ্ডিত, প্ৰজ্ঞাৱান, প্ৰবুদ্ধ, প্ৰমতি, প্ৰাজ্ঞ, বিজ্ঞ, বিদ্বজন, বিদ্বান, বিদ্যাধৰ, বিবুধ, বিবুধান, বুদ্ধ, বুদ্ধিত বৃহস্পতি, বুদ্ধিদ্বীপ্ত, বুদ্ধিবন্ত, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধ, বেত্তা, মথিয়ন, মেধাযুক্ত, মেধাৱান, মেধাৱী, সম্বুদ্ধ, সাৰস্বত, সুধী, সুমনা, সূৰ, সূৰি, সূৰী,
Bodo: आखा फाखा, गियानि, गियानी, गुनि, दुष्त, सालाक, सियान,
Mising: kinne,
Garo: gisik seng.a,
Meeteilon: heishingba,
Nagamese: giani, gyani,
Dimasa: girigbi,
Nepali: ज्ञानी, बुद्धिमान्,
Tiwa: sioja,
Deori: গিয়ানি, দুৰতং

Different POS:

a. Abstract Noun: knowledge, perception, অৱগতি, অৱগম, ওৱাকিপ...

Related Idea:

b. Proper Adj.-Common: proficient, কাৰ্য্যদক্ষ, ব্যুৎপত্তিমন্ত, ব্যুৎপন্ন, সিদ্ধহস্ত...