আধা-বৰীয়াআধা-সিজা
আধা-মূৰীয়া (Assamese) [ Roman: a.dha-mu.ri.ya]
Contributed by: Anjali Sonowal on 2010-02-06
English: friar’s lantern, jack-o’-lantern, will-o’-the-wisp,
Assamese: আধা-মূৰীয়া, আধামুণ্ডীold , আধামূৰী, উকা, গুলৈ, ধনগুলৈ
আধা-মূৰীয়া (Assamese) [ Roman: a.dha-mu.ri.ya]
Contributed by: Anjali Sonowal on 2010-02-06
1. (Proper Noun-Neuter) A phosphorescent light that hovers or flits over swampy ground at night, possibly caused by spontaneous combustion of gases emitted by rotting organic matter. জেকা ঠাইৰ পৰা ওলোৱা আৰু আন্ধাৰত জিলিকি থকা এবিধ বাষ্প ৷ লোকবিশ্বাস মতে পুতি থোৱা ধনৰ গৰাকী ভূতৰ গাৰ পৰা সেই পোহৰ ওলায়, এতেকে তাক ধন-গুলৈ বোলে ৷
Assamese: আধা-মূৰীয়া, আধামুণ্ডীold , আধামূৰী, উকা, গুলৈ, ধনগুলৈ