আনণ্দতআনতশিৰ
আনত (Assamese) [ Roman: a.no.to]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-07
English: aslant, dipped, inclined, leaning, oblique, slanting, sloped, steep,
Assamese: আওগৰীয়া, আওঢলীয়া, আনত, একতীয়া, একাতি, এঢলীয়া, এফলীয়া, এবৰীয়া, কতীয়া, কাতি, কেঁচীয়া, চাৱল, চেলামী, ঢাল খোৱা, তিৰ্য্যক, লেচীয়া, সেওলা, হলা, হাওলা, হামোকা, হেকেনা, হেলনীয়া, হেৰেমগৰীয়া,
Khasi: ba pashli,
Garo: chio dim.a,
Nepali: एक कोल्टे, कोल्टे, टेडो,
Deori: আউগৰিয়া, একনিয়া, এচলিয়া, জঁউদুৰুবা, পাঁউচুৰুবা, হাউলিৰুবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-08
আনত (Assamese) [ Roman: a.no.to]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-07
1. (Proper Adj.-Neuter) Having an oblique or slanted direction; something inclined to one direction. এফাললৈ হাউলি থকা |
Assamese: আওগৰীয়া, আওঢলীয়া, আনত, একতীয়া, একাতি, এঢলীয়া, এফলীয়া, এবৰীয়া, কতীয়া, কাতি, কেঁচীয়া, চাৱল, চেলামী, ঢাল খোৱা, তিৰ্য্যক, লেচীয়া, সেওলা, হলা, হাওলা, হামোকা, হেকেনা, হেলনীয়া, হেৰেমগৰীয়া,
Khasi: ba pashli,
Garo: chio dim.a,
Nepali: एक कोल्टे, कोल्टे, टेडो,
Deori: আউগৰিয়া, একনিয়া, এচলিয়া, জঁউদুৰুবা, পাঁউচুৰুবা, হাউলিৰুবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-08
2. (Verbal Adj.) bowing down to someone to show respect or submissiveness. সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।