আন্তৰিকতাৰেআন্তৰ্জাতিক

আন্তৰ্জনীন (Assamese) [ Roman: an.tor.jo.nin]
Contributed by: Mousumi Konwar on 2023-01-22
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Proper Adj.-Neuter) situated or existing in the interior of something, i.e. within a specific boundary, such as, geographical (a country, a state etc.) or abstract (an organisation, institute, company or any physical body etc.) কিহবাৰ ভিতৰত থকা, অৰ্থাৎ কোনো নিৰ্দ্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰত (দেশ, ৰাজ্য আদি) বা কোনো সংস্থা, অনুষ্ঠান, কোম্পানী বা শৰীৰ আদিৰ ভিতৰত থকা