আপোনাসৱৰোআপোনাৰহে

আপোনাৰ (Assamese) [ Roman: a.po'.nar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-02
1. (Pronoun) of or belonging to oneself or itself. কোনো ব্যক্তি বা বস্তুৰ, একেটাৰ বা একেজনৰ, অৰ্থাৎ নিজৰ।

2. (Proper Adj.-Common) Belonging to the person to whom spoken (second person) যাক কোৱা হৈছে, তেওঁৰ (দ্বিতীয় পুৰুষ)