আব্ৰাহামীয় ধৰ্মআবৰা

আবৰ (Assamese) [ Roman: a.bor]
Contributed by: Swapnita Kakati on 2006-08-28
1. (Verb-Trans.) to prevent from being seen or discovered দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-04-17
2. Sociology(Common Noun-Common) A major tribe of Arunachal Pradesh. আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম (Bogum) আৰু ব’মি (Bomi)৷ এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে৷ আনহাতে গাল’ঙ (Gallong) আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে৷ এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং (Kebang) নামৰ এখন গাওঁ পৰিষদ থাকে৷ আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ ৷ এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত৷ তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত৷ পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়৷ কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ (Polyandry) কথা জনা নাযায়৷ আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ বস্ত্ৰ বয়। এওঁলোকক আগেয়ে আবৰ বুলি কোৱা হৈছিল।
English: Adi,
Assamese: আদি, আবৰ