আলান্ধুআলাপ কৰ্

আলাপ (Assamese) [ Roman: a.lap]
1. (Abstract Noun) the act of talking with one another interactively দুজনৰ মাজত ইজনে সিজনৰ সৈতে পতা কথা

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-28
2. Art and Culture(Abstract Noun) A short piece of music marking the beginning of further movements. সংগীতৰ প্ৰথম ভাগ, যাৰ সহায়ত পৰবৰ্ত্তিভাগৰ আগজাননী দিয়া হয়৷