আলি-মুলিআলিঃ-আঃয়ে-লৃগাং

আলিংগন (Assamese) [ Roman: a.ling.gon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
1. (Verbal Noun) an act or instance of taking or clasping in the arms; pressing to the bosom. দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।