আলিংগনআলিগড়

আলিঃ-আঃয়ে-লৃগাং (Assamese) [ Roman: a.li-ai.lri.gang]
Contributed by: Bikram M Baruah on 2009-05-01
1. Festival(Proper Noun) Ali Ai Ligang is a colourful festival celebrated by the Mising Tribes in Assam. It is held on the first Wednesday of the month of Fagun (February-March.)The festival is connected with the ceremonial sowing of paddy. The word 'Ali' means root or seed, 'Ai' means fruit and 'Ligang' means sow. A dance is performed by the young boys and girls, characterized by brisk stepping, flinging and flapping of hands and swaying of hips, reflecting youthful passion and reproductive urge. অসমৰ মিচিং জনজাতিসকলৰ উৎসৱ আলি-আই-লৃগাং এটা কৃষি বিষয়ক উৎসৱ৷ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়৷ এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়৷ মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আই" মানে ফল আৰু "লৃগাং" মানে সিঁচা বুজায়৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে৷