আসআসংজন

আসংগ (Assamese) [ Roman: a.xong.go]
alt: আসঙ্গ
Contributed by: Biraj Kumar Kakati on 2008-08-28
1. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি

Contributed by: Biraj Kumar Kakati on 2008-08-28
2. (Verbal Noun) The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur. পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।