আৰাৱআৰাৱলী পৰ্বত মালা

আৰাৱলী (Assamese) [ Roman: ara.vali]
Contributed by: Dibya Dutta on 2015-06-20
1. Hill-Mountain(Proper Noun-Neuter) A range of mountains in western India running approximately 692 km in a northeastern direction across Indian states of Gujarat, Rajasthan, Haryana and Delhi. গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লী পৰ্যন্ত উত্তৰপূৱ দিশলৈ প্ৰায় ৬৯২ কিলোমিটাৰ বিস্তৃত পশ্চিম ভাৰতৰ এটা পৰ্বত শৃংখল৷