আৰাৱলী পৰ্বত মালাআৰি-কুঁজা

আৰি (Assamese) [ Roman: a.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) the subject or terms of a bet; a pledge of a forfeit risked on some uncertain outcome. ভৱিষ্যতে নিৰ্ণীত হ’ব লগীয়া এক অনিশ্চিত ফলাফলৰ সম্ভাৱনীয়তাৰ সমৰ্থনত জেদ ধৰা বিষয়।

Contributed by: Bikram M Baruah on 2011-05-10
2. Fish(Common Noun-Common) Sperata aor or Macrones aor; a kind of catfish found in rivers, ponds, lakes, channels and reservoirs in India গাত বাকলি নথকা এবিধ ডাঙৰ তেলী মাছ, সাধাৰণতে ভাৰতৰ বিভিন্ন নদী, পুখুৰী, হ্ৰদ আৰু অন্য জলাশয়ত পোৱা যায় ৷

আৰি (Deori) [ Roman: a.ri]
Contributed by: Himasri Das on 2022-11-08
3. (Abstract Noun) a state of mental or physical easiness due to lack of trouble. কোনো অসুবিধা নোহোৱাৰ বাবে সুখময় মানসিক বা শাৰীৰিক অৱস্থা।