আৰিন্দাআৰিয়া

আৰিমত্ত (Assamese) [ Roman: a.ri.mot.to]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-26
1. Historial(Proper Noun-Masculine) King Arimatta and his son Jongal Balahu is shrouded in mystery and many legends cluster round them. Arimatta , a local adventurer, subdued the Bar Bhuyans and then occupied Kamata in 1365-85 A.D. Arimatta`s name is also associated in a Nishi legend related to the Hita fort in present Itanagar in Arunachal Pradesh. Arimatta may have had his seat of power at Vaidyagarh near present Rangia , the ruins of which is still extant - See more at: http://www.assamtimes.org/node/11428#.dpuf আৰিমত্ত কামৰূপ ৰাজ্যৰ এজন ৰজা আছিল৷ এওঁ বৰ্তমানৰ কামৰূপৰ বেতনা নামৰ ঠাইৰ ওচৰত বৈদ্যৰ গড়ত ৰাজধানী পাতি ৰাজত্ব কৰিছিল৷ গুৱাহাটীৰ পশ্চিমত ৰামচন্দ্ৰ নামৰ এজন ৰজা আছিল৷ এওঁৰে পুতেক হৈছে আৰিমত্ত৷ আৰিমত্তৰ মূৰটো হেনো আৰি মাছৰ দৰে দীঘল নেজীয়া আছিল৷ সেইবাবে তেওঁ আৰিমত্ত নাম পাইছিল৷ আৰিমত্তৰ পুত্ৰ জোঙাল বলহু৷
English: Arimatta,
Assamese: আৰিমত্ত