আৰ্য্যভট্টআৰ্য্যা

আৰ্য্যসমাজ (Assamese) [ Roman: ar.jyo.xo.maj]
Contributed by: Biraj Kumar Kakati on 2011-10-09
Ref: চন্দ্ৰকান্ত অভিধান
1. Religious-Mythological(Abstract Noun) A society formed by Swami Dayananta Swaraswati. They follow only the Vedas and do not worship idols and classify people only based on habits and characters. পঞ্জাৱত স্বামী দয়ানন্দ সৰস্বতীয়ে পতা ধৰ্ম্ম-সমাজ৷ এওঁলোকে বেদৰ বাহিৰে পুৰাণ আদি নেমানে; মূৰ্ত্তি পূজা, শৰাধ আদি নকৰে আৰু মানুহৰ গুণ, স্বভাৱ-চৰিত্ৰ চাই জাতি ভাগ কৰে৷