আৱিৰ্ভূতিআৱেগ

আৱেক্ষাকাল (Assamese) [ Roman: a.be.khya.kal]
Contributed by: Partha P Sarmah on 2011-02-12
1. Legal(Abstract Noun) a period of testing and training when somebody is in a new job. নতুন চাকৰিয়ালে প্ৰশিক্ষণ লোৱা আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ বাবে নিয়োগকৰ্তই বান্ধি দিয়া নিৰ্দিষ্ট সময়৷