ইন্দ্ৰাক্ষিইন্দ্ৰাণী

ইন্দ্ৰাচল (Assamese) [ Roman: in.dra.sol]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-01
1. Place(Proper Noun-Neuter) A small river island in Brahmaputra near North Guwahati. Found in Indian mythology. ব্ৰহ্মপুত্ৰত উত্তৰ গুৱাহাটীৰ ওচৰত শিলাময় নদী দ্বীপ। অশ্বক্লান্ত মন্দিৰৰ ওচৰত থকা শ্ৰীকৃষ্ণ পদশিলাৰ পৰা আঁৰ পৰ্বতে কৰ্মনাশা শিলটো আঁৰ কৰে বা ঢাকি ধৰে৷