ইন্দ্ৰিয়ানুভূতইন্দ্ৰেশ্বৰ

ইন্দ্ৰিয়ানুভূতি (Assamese) [ Roman: in.dri.ya.nu.bhu.ti]
Contributed by: ৰূপকমল on 2007-02-23
1. (Abstract Noun) any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused. শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।