ইৰম্মদইৰাক

ইৰা (Assamese) [ Roman: i.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
1. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
2. (Material Noun-Neuter) any nourishing substance that is eaten, drunk, or otherwise taken into the body to sustain life, provide energy, promote growth. জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷