উখটউখল
উখনা-উখনি (Assamese) [ Roman: u.kho.na-u.kho.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-20
English: contention, contestation, debate, dispute,
Assamese: উখনা-উখনি, কথা কটা-কটি, খটবান্ধ, খট্-বান্ধ, তকলতি, তকৰাল, তৰ্ক, তৰ্কবিতৰ্ক, বাচ্যা-বাচ্যি, বাদ-প্ৰতিবাদ, বাদানুবাদ, বিতৰ্ক,
Bodo: दानथेलायनाय, नांलायनाय,
Garo: kajia ong.a,
Nagamese: kazia,
Nepali: बहस, वादबिवाद,
Deori: তয়াঁ-হয়াঁ-নমা
Contributed by: Biraj Kumar Kakati on 2008-05-20
English: altercation, brabble, conflict, discord, dispute, feud, fray, quarrel, spat, wrangle,
Assamese: অঁৰিয়া-অঁৰি, উখনা-উখনি, উত্তৰা-উত্তৰি, কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেঁচাল, কোঁহ-কাল, কৌটাল, খকন্দ, খকা-খুন্দা, খেটমেট, খেটেং-মেটেং, খোৱা-কামোৰা, খৰিয়াল, ঘণ্টক, ঠোঁটা-মোজা, তৰ্কাতৰ্কি, দন-হাই, দন্দ, দন্দ-বান্দ, দ্বন্দ, দ্বন্দ খৰিয়াল, দ্বন্দ্ব, বাক-বিতণ্ডা, বাক্কলহ, বাদ-বিবাদ, বাদ-বিসম্বাদ, বাবতি, বিপ্ৰলম্ভ, বিবাদ, বিসংবাদ, বিসম্বাদ, বিৱাদ, বোলা-বুলি, মনান্তৰ, হাই-কন্দল, হেঁকেচ্-কেচ্, হেঁকেৰ্-পেকেৰ্,
Bodo: दावराव-दावसि,
Mising: pamin ge:min,
Khasi: ka jingialeh,
Garo: gam.e jegrikani, gesea, ingrika, jegrika,
Hmar: insêl,
Nagamese: kajia, kakra, zagra,
Dimasa: nam, namu-kurmu,
Tai: খাম্ থিঙ্,
Hindi: कलह,
Nepali: कल, कलह, झगडा, बिबाद,
Rabha: হাল্লা
b. Abstract Noun: controversy, dissent, variance, ঐয়া-হৈয়া, দ্বিমত...
c. Abstract Noun: affray, brawl, conflict, fight, অঁৰিয়া-অঁৰি...
উখনা-উখনি (Assamese) [ Roman: u.kho.na-u.kho.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-20
1. (Abstract Noun) an assertion of opposing views or claims, a verbal fight. বিপৰীত মতামত বা দাবী সাব্যস্ত কৰিবলৈ কৰা মৌখিক যুঁজ।
Assamese: উখনা-উখনি, কথা কটা-কটি, খটবান্ধ, খট্-বান্ধ, তকলতি, তকৰাল, তৰ্ক, তৰ্কবিতৰ্ক, বাচ্যা-বাচ্যি, বাদ-প্ৰতিবাদ, বাদানুবাদ, বিতৰ্ক,
Bodo: दानथेलायनाय, नांलायनाय,
Garo: kajia ong.a,
Nagamese: kazia,
Nepali: बहस, वादबिवाद,
Deori: তয়াঁ-হয়াঁ-নমা
Contributed by: Biraj Kumar Kakati on 2008-05-20
2. (Abstract Noun) A state or act of enmity for political, economic, or social reasons usually without physical violence. ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
Assamese: অঁৰিয়া-অঁৰি, উখনা-উখনি, উত্তৰা-উত্তৰি, কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেঁচাল, কোঁহ-কাল, কৌটাল, খকন্দ, খকা-খুন্দা, খেটমেট, খেটেং-মেটেং, খোৱা-কামোৰা, খৰিয়াল, ঘণ্টক, ঠোঁটা-মোজা, তৰ্কাতৰ্কি, দন-হাই, দন্দ, দন্দ-বান্দ, দ্বন্দ, দ্বন্দ খৰিয়াল, দ্বন্দ্ব, বাক-বিতণ্ডা, বাক্কলহ, বাদ-বিবাদ, বাদ-বিসম্বাদ, বাবতি, বিপ্ৰলম্ভ, বিবাদ, বিসংবাদ, বিসম্বাদ, বিৱাদ, বোলা-বুলি, মনান্তৰ, হাই-কন্দল, হেঁকেচ্-কেচ্, হেঁকেৰ্-পেকেৰ্,
Bodo: दावराव-दावसि,
Mising: pamin ge:min,
Khasi: ka jingialeh,
Garo: gam.e jegrikani, gesea, ingrika, jegrika,
Hmar: insêl,
Nagamese: kajia, kakra, zagra,
Dimasa: nam, namu-kurmu,
Tai: খাম্ থিঙ্,
Hindi: कलह,
Nepali: कल, कलह, झगडा, बिबाद,
Rabha: হাল্লা
Related Idea:
a. Abstract Noun: argument, debate, তৰ্ক, তৰ্ক-যুদ্ধ, যুক্তি-তৰ্ক...b. Abstract Noun: controversy, dissent, variance, ঐয়া-হৈয়া, দ্বিমত...
c. Abstract Noun: affray, brawl, conflict, fight, অঁৰিয়া-অঁৰি...