উখলীউখহি

উখহা (Assamese) [ Roman: u.kho.ha]
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-10-28
1. (Proper Adj.-Common) No agreeing; dissenting বিৰুদ্ধ বা ভিন্ন মতাৱলম্বী৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
2. (Proper Adj.) To grow larger; to dilate or extend the exterior surface or dimensions, by matter added within, or by expansion of the inclosed substance. চাল অথবা পৃষ্ঠভূমিৰ ভিতৰত বৃদ্ধি হোৱা চাপৰ বাবে বাহিৰলৈ সম্প্ৰসাৰণ হৈ টেমুনাৰ আকৃতি লোৱা ।