উজাৰ খাউজাৰি
উজাৰ-পিজাৰ (Assamese) [ Roman: u.jar-pi.jar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-09
English: restlessness, squirming, writhing,
Assamese: ইচাট-বিচাট, ইচাটি-বিচাটি, উজাৰ-পিজাৰ, চট্ফটনি, চাটি-ফুটি, চিতলং-পাতলং, জোঁকাৰ-পোকাৰ, ডেওপাৰণি, ধৰফৰণি
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-06
উজাৰ-পিজাৰ (Assamese) [ Roman: u.jar-pi.jar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-09
1. (Verbal Noun) a twisting of the body from side to side, as in pain and inability to rest or relax or be still. গাৰ বা মনৰ দুখৰ পৰা হোৱা শাৰীৰিক অস্থিৰতা৷
Assamese: ইচাট-বিচাট, ইচাটি-বিচাটি, উজাৰ-পিজাৰ, চট্ফটনি, চাটি-ফুটি, চিতলং-পাতলং, জোঁকাৰ-পোকাৰ, ডেওপাৰণি, ধৰফৰণি
Related Idea:
a. Verbal Noun: rolling, turning around, ইলুটি-সিলুটি, ওলটা-উলটি, লুটীয়া-লুটি...Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-06
2. (Abstract Noun) a feeling of agitation expressed in continual motion. কোনো অস্বাভাৱিক মুহূৰ্ত্তত হোৱা মনৰ অস্থিৰতা