উদাসীউদাসীন অক্ষ

উদাসীন (Assamese) [ Roman: u.da.xin]
Contributed by: ৰূপকমল on 2007-04-02
1. (Proper Adj.-Common) not interested, without any importance আগ্ৰহী নোহোৱা বা কোনো আগ্ৰহ নেদেখুৱা

Contributed by: Rupankar Mahanta on 2007-04-02
2. (Proper Adj.-Common) Unmarried or committed to sexual abstention, esp. for religious reasons. অবিবাহিত আৰু ধৰ্মীয় আনুগত্যৰ খাতিৰত কোনো ধৰণৰ যৌন সম্পৰ্কৰ পৰা বিৰত থকা।