উদাৰীকৰণউদি কৰ্

উদি (Assamese) [ Roman: u.di]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
1. (Proper Adj.-Neuter) Not filled or occupied ভৰি থকা নাই বা ঠাই অধিকাৰ কৰা নাই

Contributed by: Himjyoti Talukdar on 2009-05-29
2. (Proper Adj.-Common) Saying what one thinks without hiding. অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
3. (Material Noun-Neuter) young offshoot of a creeper intended for planting ৰুবৰ কাৰণে কটা পাণ বা আন লতাজাতীয় উদ্ভিদৰ ঠেঙুলি