উদৰাবৰ্তউদৰিণী

উদৰাময় (Assamese) [ Roman: u.do.ra.moy]
Contributed by: Biraj Kumar Kakati on 2008-08-09
Ref: আধুনিক অসমীয়া শব্দকোষ
1. Medical Science(Abstract Noun-Neuter) Difficulty in digesting food

Contributed by: Biraj Kumar Kakati on 2010-08-15
2. Medical Science(Abstract Noun-Neuter) Excessive and frequent evacuation of watery feces, usually indicating gastrointestinal distress or disorder. পেটত তাপ আৰু অজীৰ্ণ হৈ ঘনাই শৌচ কৰা ৰোগ৷ সাধাৰণতে খাদ্যত বিষক্ৰিয়া হৈ বা অন্ত্ৰত ৰোগৰ সংক্ৰমণৰ বাবে হয়৷