উধাইমুধাইউধাও হ

উধাও (Assamese) [ Roman: u.dhao` Origin: সং. (হেম১৩)]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-14
1. (Verbal Noun) the act of fleeing/escape. পলোৱা বা সাৰি যোৱা কাৰ্য্য।
English: escape,
Assamese: অপসৰণ, উধাও, চম্পট, নিষ্কৃতি, পলায়ন, ফৰিংছিটিকা, সাৰণ,
Bodo: बारग`

Example Sentences:

1. সি পইচা চুৰ কৰি ইয়াৰ পৰা উধাও হ'ল।

Different POS:

a. Abstract Noun: escapism, পলায়নবাদ...
b. Verb-Trans.: escape, flee, run away, উধাও হ, ছত্ৰভংগ দে...
c. Common Noun-Common: escapee, fugitive, পলাতক, পলায়নবাদী, পলৰীয়া...