উপ-সভাপতিউপ-ৰাষ্ট্ৰপতি

উপ-সম্পাদক (Assamese) [ Roman: u.po xom.pa.dok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-04-24
1. Business-Commerce-Economics(Common Noun-Common) a subordinate or junior editor; a person who checks and edits copy, esp on a newspaper এজন তলতীয়া বা কনিষ্ঠ সম্পাদক; বাতৰি কাকত এখনৰ ছপাবলগীয়া পৃষ্ঠাবোৰ নিৰীক্ষণ কৰি প্ৰয়োজনীয় শুধৰণি বা সম্পাদনা কৰা ব্যক্তি