উপক্ষাৰউপক্ৰমণিকা

উপক্ৰম (Assamese) [ Roman: u.po.krom]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
1. (Abstract Noun) the time at which something is brought in action or the act of bringing something into action কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

Contributed by: Bikram M Baruah on 2009-05-03
2. Art and Culture(Abstract Noun) An implicit direction or purpose specially of the mind; natural or habitual inclination or tendency মনৰ এক অন্তৰ্নিহিত নিৰ্দেশ বা উদ্দেশ্য; স্বাভাৱিক বা অভ্যাসগত আকৰ্ষণ বা মনোভাৱ