উপপৰিদৰ্শকউপবাক্য

উপবন (Assamese) [ Roman: u.po.bon]
Contributed by: Mousumi Hazarika on 2008-03-26
1. Botany(Material Noun-Neuter) Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই

Contributed by: Mousumi Hazarika on 2008-03-26
2. (Common Noun-Neuter) A place in a garden, shaded by plants trained over a framework. চাৰিওফালে গছ-গছনিৰে ভৰি থকা বাগিছাৰ ভিতৰৰ এক স্থান।