উপস্বৰউপহত

উপসৰ্গ (Assamese) [ Roman: u.po.xor.go]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-05-13
1. Medical Science(Abstract Noun) A phenomenon that arises from and accompanies a particular disease or disorder and serves as an indication of it. কেতবোৰ বিশেষ লক্ষণ, যাৰ দ্বাৰা কোনো এক ৰোগ বা মানসিক বিকাৰ, বা বেলেগ কোনো অস্বাভাৱিক অৱস্থাৰ উমান পাব পাৰি |
English: syndrome,
Assamese: উপসৰ্গ

Related Idea:

a. Abstract Noun: symptom, উপলক্ষণ, চিন, লক্ষণ...

Contributed by: নৱনাথ চহৰীয়া on 2008-05-13
2. (Abstract Noun) A word occuring before the root word, changeing or modifying the meaning. There are 20 major prefixes in Assamese language. কিছুমান বিশেষ শবদ যিবোৰে মূল ধাতুৰ আগত বহি নতুন শবদ গঠন কৰে৷ অসমীয়া ভাষাত মুঠ উপসৰ্গ ২০ টা৷ যেনে - প্ৰ,পৰা,অপ,নি ইত্যাদি৷