উপায় নেপাইউপায়বিহীন

উপায়ন (Assamese) [ Roman: u.pa.yon]
Contributed by: Biraj Kumar Kakati on 2008-08-09
1. (Abstract Noun) sth given to sb as love/ affection. মৰম-চেনেহ প্ৰকাশ কৰি কাৰোবাক যচা বস্তু

Contributed by: Biraj Kumar Kakati on 2008-08-09
2. (Abstract Noun-Neuter) Money or gift given or taken in return of undue favour প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ