উৎপতীয়াউৎপত্তিমূল

উৎপত্তি (Assamese) [ Roman: ut.pat.ti]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-04-29
1. (Abstract Noun) the time at which something is brought in action or the act of bringing something into action কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

Contributed by: Bikram M Baruah on 2014-07-15
2. (Verbal Noun) The act of starting something for the first time; introducing something new. কোনো বস্তু পোন-প্ৰথম বাৰৰ কাৰণে আৰম্ভ হোৱা বা কৰা কাৰ্য্য