উৰ্বশী শিলাউৰ্বী

উৰ্বস্থি (Assamese) [ Roman: ur.bos.thi]
Contributed by: Nilanjana Mahanta on 2013-05-19
1. Anatomy(Material Noun-Neuter) The longest bone of human body. It connects the hip bone and the knee bone. উৰ্বস্থি মানে উৰুৰ অস্থি৷ অস্থি মানে হাড়৷ উৰ্বস্থি মানে, কঁকালৰ পৰা আঠুলৈকে থকা হাড়দালকে উৰ্বস্থি বুলি কয়৷ এটা সৰু চিকিত্সা বিজ্ঞান সম্পৰ্কীয় তথ্য - উৰ্বস্থি হ’ল মানুহৰ শৰীৰৰ সকলোতকৈ দীঘল হাড়৷
English: femur,
Assamese: উৰ্বস্থি