উৱা-দুৱাউৱাহৰে
উৱাদিহ (Assamese) [ Roman: u.wa.dih]
Contributed by: Biraj Kumar Kakati on 2008-02-16
English: clue, hint,
Assamese: আঁত, আটা, আভাস, ইছাৰা, উদিশ, উদ্দেশ, উমঘাম, উৱাদিহ, গম, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, তলানলা, ফুটফাট, বা-বাতৰি, বুজবাজ, ভু-ভটং, ভু-ভা, লতাৰ, শুংসূত্ৰ, সন্ধান, সূত্ৰ,
Bodo: इसारा, थिफायसन,
Tai: চী ম্যুৱ, ছপ্ ছান্, মিট্ ছপ্,
Hindi: इशारा,
Deori: উ-নিনামা, চিয়াৰ, তলা, পুত-পাত
Contributed by: Biraj Kumar Kakati on 2010-08-07
উৱাদিহ (Assamese) [ Roman: u.wa.dih]
Contributed by: Biraj Kumar Kakati on 2008-02-16
1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
Assamese: আঁত, আটা, আভাস, ইছাৰা, উদিশ, উদ্দেশ, উমঘাম, উৱাদিহ, গম, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, তলানলা, ফুটফাট, বা-বাতৰি, বুজবাজ, ভু-ভটং, ভু-ভা, লতাৰ, শুংসূত্ৰ, সন্ধান, সূত্ৰ,
Bodo: इसारा, थिफायसन,
Tai: চী ম্যুৱ, ছপ্ ছান্, মিট্ ছপ্,
Hindi: इशारा,
Deori: উ-নিনামা, চিয়াৰ, তলা, পুত-পাত
Contributed by: Biraj Kumar Kakati on 2010-08-07
2. (Proper Adj.-Common) unable to find direction or goal while doing something কোনো কাম কৰোঁতে দিশ বা লক্ষ্য বিছাৰি নোপোৱা