একতাএকতাৰা

একতাল (Assamese) [ Roman: ek.tal]
Contributed by: Partha P Sarmah on 2011-08-24
1. Music(Proper Noun-Neuter) a taal of twelve beats used in Indian classical (and semi classical) music. ভাৰতীয় শাস্ত্ৰীয় আৰু অৰ্ধ-শাস্ত্ৰীয় সংগীতত ব্যৱহাৰ হোৱা বাৰ মাত্ৰাৰ এটা তাল৷ ঠেকাৰ বোলঃ ধিন ধিন ধাগে তেৰেকেতে তুন না কৎ তা ধাগে তেৰেকেতে ধিন না
English: Ektal,
Assamese: একতাল