একনায়কত্ববাদএকনিষ্ঠ
একনায়কত্ববাদী (Assamese) [ Roman: e.ko.na.yo.kot.to.ba.di]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-11
English: autocratic, despotic,
Assamese: একনায়কত্ববাদী, ফেচিবাদী, মইমত, মইমতীয়া, মাতব্বৰী, যথেচ্ছাচাৰী, যাদৃচ্ছিক, স্বেচ্ছাচাৰী, স্বৈৰ, স্বৈৰাচাৰী, হিটলাৰী
একনায়কত্ববাদী (Assamese) [ Roman: e.ko.na.yo.kot.to.ba.di]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-11
1. (Proper Adj.-Masculine) a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly. নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷