একাঙ্কিকাএকাঙ্গীভূত হ

একাঙ্গী (Assamese) [ Roman: e.kang.gi]
Contributed by: Biraj Kumar Kakati on 2006-03-27
1. Medical Science(Proper Noun) A loss or impairment of voluntary movement in a body part, caused by injury or disease of the nerves, brain, or spinal cord. দেহৰ কোনো এক অংশ লৰ-চৰ কৰিব নোৱাৰা হোৱা এক বিশেষ ব্যাধি | সাধাৰণতে স্নায়ু বিকল হৈ যোৱাৰ ফলত এনেকুৱা হয় |