ঐকাত্ম্যঐকান্তিকতা
ঐকান্তিক (Assamese) [ Roman: oi.kan.tik]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-24
English: determined, resolved, undaunted,
Assamese: অচলা, একনিষ্ঠ, একমনা, ঐকান্তিক, কৃতনিশ্চয়, কৃতসঙ্কল্প, দৃঢ়, দৃঢ়প্ৰতিজ্ঞ, দৃঢ়ব্ৰত, দৃঢ়মনা, দৃঢ়সংকল্প, বদ্ধপৰিকৰ, মনডাঠ, সঙ্কল্পিত, সবলচেতা, স্থিৰ, স্থিৰব্ৰত, স্থিৰসংকল্প,
Deori: তিৰাং-নমা
Contributed by: Biraj Kumar Kakati on 2008-01-27
English: devout, God-loving, godly, orthodox, pious, religious, reverent,
Assamese: আচাৰনিষ্ঠ, ঈশ্বৰ-প্ৰেমী, ঐকান্তিক, ধাৰ্মিক, ধৰ্মপ্ৰাণ, ধৰ্মপৰায়ণ, ধৰ্মভীৰু, ধৰ্মষু, ধৰ্মাত্মা, ধৰ্ম্মনিষ্ঠ, ধৰ্ম্মমূৰ্ত্তি, ধৰ্ম্মাত্মা, ধৰ্মৱন্ত, নিষ্ঠাবান, নিষ্ঠাশীল, নিষ্ঠাৱন্ত, নৈষ্ঠিক, পবিত্ৰাত্মা, পুণ্যকমল, পুণ্যশীল, পুণ্যৱন্ত, পুণ্যৱান, পুনীতা, ভক্তিপৰায়ণ, ভগৱৎপ্ৰেমী, শুদ্ধচিত্ত, শুদ্ধমতি, শুদ্ধাত্মা, সাধু, সুব্ৰত, স্বধৰ্মী,
Bodo: धोरोम फोथायसुला,
Nagamese: dharmik
ঐকান্তিক (Assamese) [ Roman: oi.kan.tik]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-24
1. (Proper Adj.-Common) Showing determination or firmness of purpose উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Assamese: অচলা, একনিষ্ঠ, একমনা, ঐকান্তিক, কৃতনিশ্চয়, কৃতসঙ্কল্প, দৃঢ়, দৃঢ়প্ৰতিজ্ঞ, দৃঢ়ব্ৰত, দৃঢ়মনা, দৃঢ়সংকল্প, বদ্ধপৰিকৰ, মনডাঠ, সঙ্কল্পিত, সবলচেতা, স্থিৰ, স্থিৰব্ৰত, স্থিৰসংকল্প,
Deori: তিৰাং-নমা
Contributed by: Biraj Kumar Kakati on 2008-01-27
2. (Proper Adj.-Common &/or Masculine) conforming to the laws of a faith or religion কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা