ওলোটাইওলোমা

ওলোম (Assamese) [ Roman: o`.lo`m]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-26
1. Classical Mechanics(Material Noun-Neuter) A body suspended from a fixed support so that it swings freely back and forth under the influence of gravity কোনো স্থিৰ অৱস্থানৰ পৰা ওলোমাই ৰখা এটা বস্তু, যি মাধ্যাকৰ্ষণৰ প্ৰভাৱত মুকলিকৈ দুলি থাকে

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-11
2. (Material Noun-Neuter) a cord with a lead bob attached to one end, used to determine perpendicularity. এটা মূৰে শংকু আকৃতিৰ এক ধাতু-পিণ্ড এডাল টান সূতাৰে ওলোমাই তৈয়াৰ কৰা এবিধ সঁজুলি, যাৰ সহায়ত কোনো বস্তু উলম্বভাৱে আছে নে নাই চাব পাৰি।
English: plumb-line,
Assamese: ওলোম,
Hindi: साहुल